Description
জগত ঈশ্বৰ লাডুগোপাল আৰু সিদ্ধিদাতা গনেশ ভগৱানৰ ৰসাল, মহিমাময় কথাবোৰ আৰু কাহিনীবোৰ লিখবলে মোৰ সীমিত জ্ঞানেৰে নিজকে অপাৰাগ যেনহে লাগিছে। সামান্যভাৱে অলপ চেষ্টাহে কৰিছো মাত্ৰ। পাঠকসকলে কেনে ভাবে ল’ব ক’ব পৰা নাই। কেই বছৰ মানৰ আগতে ‘অকনিৰ সাধু’খন লিখিছিলো, ৰাইজৰ সহাৰি ভালদৰেই পালো। সেয়েহে অনুপ্ৰেৰণা পাই ‘লাডু গোপাল আৰু সিদ্ধিদাতা’খনি লিখিবলৈ আগবাঢ়িছো। এতিয়া পঢ়ুৱৈ সমাজৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে।